হিন্দুত্বৰ মূখাপিন্ধা বিজেপি, আৰ-এছ-এছে হিন্দু বুলি দাৱী কৰাৰ নৈতিক অধিকাৰ নাই


"হিন্দুত্বৰ মূখাপিন্ধা বিজেপি, আৰ-এছ-এছে হিন্দু বুলি দাৱী কৰাৰ নৈতিক অধিকাৰ নাই"
এতিয়াহে লাহে লাহে উদয় হৈ আহিৱ ধৰিছে। সেই জয়াল দিনৰ ভয়াল গোপন কাৰচাজিৰ গুপ্ত ৰহস্য । আচলতে - কোনে ? কিয় ? হত্যা কৰিছিল অসমীয়া যুব প্ৰজন্মক ? কোন আছিল গুপ্তহত্যাৰ মূখ্য পৰিচালক ?
অসমৰ মানুহক হিন্দুৱালা মোগলে জংলী জাতিৰ নিচিনা আজিও ব্যৱহাৰ কৰে । যোৱাকালিৰ ডিব্ৰুগড় চহৰত বিজেপি সভাপতি অমিত শ্বাহৰ ভাষনেই তাৰ প্ৰমান ।
আৰ-এছ-এছক অসমত প্ৰতিষ্ঠা কৰা বাবে আলফাক অসমৰ পৰা গুপ্তহত্যাৰে আৰু ভূটানত অলক্লিয়াৰ অপাৰেচন চলাই বিজেপিয়ে অসমীয়া যুৱকক কুকুৰ মেকুৰীৰ দৰে বিনা বিচাৰে হত্যা কৰি নিশেষ কৰিছে । বহু মৃত যুৱকৰ শৱেদহ হিন্দু হিন্দু কৰা হিন্দুৱালা মোগল নৰখাদকবোৰে হিন্দু ধৰ্মমতে পৰিয়ালক আজিলৈ সমজাই দিয়া নাই । ক'ত গ'ল অশান্ত বাঘ ফুকন, ক'ত হেৰাল বেনিং ৰাভা আৰু হাজাৰ হাজাৰজন !!


কিম্ ধিকম !!! এইবাবেই হিন্দু ধৰ্মৰ দাৰ্শনিক তত্ব নেজানি সাম্প্ৰদায়িক শক্তি, নিৰবলীৰ ওপৰত বলবান হিন্দুত্বৰ মূখাপিন্ধা বিজেপি, আৰ-এছ-এছ ৰ নিচিনা দ'ল সংগঠনবোৰৰ হিন্দু বুলি দাৱী কৰাৰ নৈতিক অধিকাৰ নাই ।
আমি সকলোৱে এটা কথা জানো যে- ক্ৰিয়াৰ লগত প্ৰতিক্ৰিয়াৰ এক বৈজ্ঞানিক সম্পৰ্ক আছে । গতিকে যিকোনো কৰ্মকাণ্ডৰ ফল এদিন আপুনি মই পাৱ লগাটো বা গ্ৰহন কৰিৱ লগাটো বৈজ্ঞানিক সত্য ।

=== Dhruvajyoti Kalita ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment