ব্যঙ্গ ৰচনা : বতৰীয়া সমাজসেৱক

সাজিদা খাতুন : নামনি অসমৰ বহুতো সমষ্টিত এতিয়া সস্তীয়া সমাজসেৱকৰে ভৰি পৰিছে।পিছে সেই সমাজসেৱক সকলে কেতিয়াৰ পৰা সমাজসেৱকৰ ভূমিকা পালন কৰি আছে সেইটো সমাজৰ নিৰানব্বৈ শতাংশৰ বেছি মানুহে নাজানে।সংখ্যালঘু জনসাধাৰনৰ কৃত্ৰিম ত্ৰানকৰ্তা এতিয়া আমাৰ মাজত বিৰাজমান।



আগন্তক বিধানসভা নিৰ্বাচনলৈকে চীনা কোম্পানীৰ তৈয়াৰী ওৱাৰেন্টি নথকা বহুতো প্ৰতিশ্ৰুতি এতিয়া উপহাৰৰ টোপোলা হিচাপে নামনি অসমৰ বহুতো সমষ্টিত আগবঢ়াব।অৰ্থাত সন্মুখত বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিবলৈ প্রতিটো সমষ্টিৰ ভূখণ্ডত নিজকে সস্তীয়া প্ৰচাৰৰ ই এটা মাধ্যম হে মাথোন ।।

বি: দ্র: অসমীয়া অভিধান মতে - সমাজসেৱক ,সমাজসেৱী আরু সমাজকৰ্মী সমার্থক শব্দ যার অর্থ - সমাজসেৱা কৰা ব্যক্তি; যি সমাজৰ দলিত/ নিম্ন /অন্যান্ন পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে দিহা-পৰামৰ্শ অথবা সহায় সহযোগ আগবঢ়ায়|
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment