লাচিত দিৱসৰ একাজঁলি নিৰ্মালী

অসমৰ ভাষা আন্দোলনৰ ছহিদ মোজ্জামিল হ'ক, অনিল বৰা আৰু অস্তিত্ব সংগ্ৰামৰ ছহিদ খৰ্গেশ্বৰ তালুকদাৰ, ছেৰিফউদ্দিন আহমেদক পদুম ফুলৰ থাৰিত ধৰি অসমীয়া মূৰ্দাবাদ ধব্বনিৰে অসমত নাগৰিকত্বৰ দাৱী কৰা কিমানজনে পৰিচয় চিনি পায় ?

 প্ৰাণৰ মমতাত বাংলাদেশৰ যুদ্ধথলীৰ পৰা পলায় অহা পলৰীয়া সৈনিকৰ বিশ্বৰ ক'তো স্হান নাই । বিজেপিয়ে মহান মানৱতা দেখুৱাব গৈ নাগৰিকত্ব প্ৰদানেৰে হিন্দু স্বদেশী বুলি ক'লে আমি নিজে অবৈধ হিন্দু বিদেশী বুলি পৰিচয় দিম নে অসমীয়া বুলি কম ???
=== Dhruvajyoti Kalita==
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment