হোমেন বৰগোহাঞি ছাৰৰ অন্ধ ভক্ত নহেলও ভালপাও

হোমেন বৰগোহাঞি ছাৰৰ অন্ধ ভক্ত নহেলও কিমান ভালপাও হয়তো লিখি বুজাব নোৱাৰিম ! আমাৰ ব্যক্তিগত পুথিভাৰালত আহিলেই গম পাব ! কিন্তু তলৰ ছবিত দেখা তথাকথিত সকলৰ দৰে নহয় ! এয়া বৰগোহাঞিৰ প্ৰতিমূর্তি নহয়, যেন অসমীয়া সমাজখনকে জ্বলাই থান-বান কৰিলে! কিছুদিন আগতেও অসমীয়া মুৰ্দাবাদ ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিছিল এই দুই সংগঠনৰ সদস্যই।

অসমৰ মাটিত তথাকথিত ৰাষ্ট্রবাদী অসমীয়াৰ (?) দ্বাৰা আৰু কিমান অপমান সহ্য কৰিব লাগিব সাধাৰণ অসমীয়াই ?
=== মাইন উদ্দিন ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment