মানুহজনী একা বেকা ৰাস্তাতোৰে নিতৌ যায় এটা নির্দিষ্ট সময়ত ! মানুহ জনীৰ পৰিয়াল বুলিবলৈ কোনো নাই হেনো তেওঁৰ (ৰাস্তাৰ কাষৰ দোকানীয়ে কোবা মতে)। দিনৰ দিনটো এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গৈ ভিক্ষা মাগে । মানুহবিলাকে কিমান যে লেই লেই চেই চেই কৰে । পিন্ধনত ফটা শাৰী আৰু লাখুটি এডাল !
এনেকৈয়ে দিনবোৰ পাৰ হৈ গল । এদিন সেই মানুহজনী নোহোৱা হৈ পৰিল । কোনেও হিচাপ নাৰাখিলে সেইজনী কত গল । ব্যস্ত পৃথিবীত আগৰ দৰেই মানুহবোৰ দানব হৈ উঠিল নিজৰ নিজৰ স্বার্থ সিদ্ধিক লৈ !
===== Shazida Khatun =====
===== Shazida Khatun =====
0 comments:
Post a Comment